সম্পৰ্কীয় বাতৰি

নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং।

জি পি সিঙৰ স্থলাভিষিক্ত হল হৰমিত সিং।

১৯৯২ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আইপিএছ বিষয়্ হৰমিত সিং।

কেন্দ্ৰীয় ডেপুটেচনত গৈ ২০১৭ ত অসমলৈ ঘূৰি আহে।

গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ দায়িত্বত আছিল সিং।

পৰৱৰ্তী সময়ত এডিজিপিৰ দায়িত্বত থকা সিঙক দিয়া হৈছিল বিশেষ সঞ্চালক প্ৰধানলৈ পদোন্নতি।

বুধবাৰে ডিজিপিৰ দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা হৰমিত সিঙৰ।

নৱনিযুক্ত ডিজিপিক শুভেচ্ছা জি পি সিঙৰ।

0Shares