জনতাৰ গান গোৱা গণশিল্পী লোহিত গগৈ অসুস্থ।
ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পাতালত চিকিৎসাধীন শিল্পী গৰাকী।
প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ শ্ৰাদ্ধৰ কামত ব্যস্ত হৈ থকাৰ মাজতে অসুস্থ হৈ পৰে লোহিত গগৈ।
৭ ফেব্ৰুয়াৰীৰ পৰা উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে শিল্পী গৰাকী।
আৰ্থিক দৈন্যতাত ভূগা শিল্পী গৰীকীৰ পৰিয়ালে বিচাৰিছে অসমবাসীৰ সহাৰি
