সম্পৰ্কীয় বাতৰি

চিগাৰেট সেৱন কৰা সকলৰ বাবে বেয়া খবৰ। দাম বৃদ্ধি পাব পাৰে চিগাৰেটৰ। এইক্ষেত্ৰত চৰকাৰে ল’ব ডাঙৰ সিদ্ধান্ত।

খবৰ অনুসৰি, চৰকাৰে চিগাৰেট আৰু অন্যান্য ধঁপাতজাত সামগ্ৰীৰ ওপৰত সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) বৃদ্ধি কৰিব পাৰে। চৰকাৰে এই সামগ্ৰীবোৰৰ ওপৰত ক্ষতিপূৰণ উপকৰ আৰোপ কৰা বন্ধ কৰাৰ পিছত এই পৰিৱৰ্তন হ’ব পাৰে।

বৰ্তমানে, চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰীবোৰে অন্যান্য বিভিন্ন শুল্কৰ সৈতে ২৮% জিএছটি বহন কৰে, যাৰ ফলত মুঠ কৰৰ বোজা ৫৩% হয়।

0Shares