পুনৰ SIT সন্দৰ্ভত মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে।

“SIT এ ছিৰিয়াচলী কাম কৰি আছে।”

“অকল গৌৰৱ গগৈৰ পত্নীকেই জেৰা কৰা নাই SIT এ।”

মুঠ ৩৮ জনক জেৰা কৰিছে মুখ্যমন্ত্ৰীয়ে।

“কাক কাক জেৰা কৰিছে সেইয়া ওলাই পৰিব প্ৰতিবেদনত।”

এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

এতিয়া গৌৰৱ গগৈয়ে সাহস দেখুৱাবই। কাক পাকিস্তানত লগ কৰিছিল এইসমূহৰ বিষয়েও কওক বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

0Shares