এতিয়াৰে পৰা নিযুক্তি দিয়া নহব চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।
এই সিদ্ধান্ত ৰাজ্যৰ শিক্ষা বিভাগৰ।
তাৰ পৰিৱৰ্তে বিদ্যালয় কৰ্তৃপক্ষই নিজাববীয়াকৈ দিব পাৰিব নিযুক্তি।
এতিয়াৰ পৰা জ্যেষ্ঠতাৰ ভিত্তিত শিক্ষকেও লাভ কৰিব পদোন্নতি।
এই ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।
