এইবাৰ তিনিদিনীয়াকৈ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন কৰিব গুৱাহাটী পৌৰ নিগমে।
এই কথা জনালে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়াই।
সেই অনুসৰি, ৩০ জানুৱাৰীত চাফা কৰিব বজাৰ আৰু ৰাজহুৱা শৌচালয়।
৩১ জানুৱাৰীত চাফা কৰিব মহান ব্য়ত্তিসকলৰ প্ৰতিমূৰ্তি।
১ ফেব্ৰুৱাৰীত ধৰ্মীয় স্থানত চাফাইৰ লগতে ৰোপন কৰা হব গছপুলি।
সংবাদমেলযোগে জনালে মেয়ৰ মৃগেণ শৰণীয়াই।
