সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ পবিত্ৰ দিনটোতে লাহোৱাল ছাগলীকটাৰ সংস্কৃতিৱান ৰাইজৰ উদ্যোগত উন্মোচিত হয় সদ্য প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটি আৱক্ষ মূৰ্তি। শিল্পী গৰাকীলৈ আগবঢ়োৱা অকৃত্ৰিম মৰম আৰু শ্ৰদ্ধাঞ্জলিৰ বাবে আৱক্ষ মূৰ্তি নিৰ্মাণৰ লগত জড়িত প্ৰতিজন সহৃদয় লোকেই কৃতজ্ঞতাৰ পাত্ৰ।
২১-০৬-২০২৫

