মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা।
এক্সযোগে জনালে এই স্দ্ধান্ত।
শিক্ষাৰ্থীক স্কুটি প্ৰদানৰ ক্ষেত্ৰত সলনি কৰা হৈছে পূৰ্বৰ কিছু নিয়ম।
মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, নিয়মীয়া শিক্ষাৰ্থীৰ উপৰিও ক’চিং কেন্দ্ৰৰ শিক্ষাৰ্থীয়েও পাব স্কুটি।
তাৰ বাবে নিৰ্ধাৰিত যোগ্যতা অর্জন কৰিব লাগিব শিক্ষার্থীয়ে ।
অৱশ্যে পৰৱৰ্তী বৰ্ষত সকলো শিক্ষার্থীয়ে নাপাব এই সুবিধা।
কেৱল নিয়মীয়া শ্ৰেণীৰ শিক্ষাৰ্থীয়েহে পাব স্কুটি ।
এবছৰৰ বিৰতিৰ পাছত নিয়মীয়া শ্রেণীত অন্তর্ভুক্ত শিক্ষার্থীয়েও পাব এই সুবিধা।
