চলিত অসম বিধানসভাৰ অধিৱেশনত জল জীৱন অভিযান আচঁনিৰ সন্দৰ্ভত গৰজি উঠিছিল বিধায়ক অখিল গগৈ।
অখিল গগৈক ধমক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।
লগে লগে উত্তপ্ত হৈ পৰে সদন।
সেয়েহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপাধ্যক্ষক অসমৰ সকলো বিষয়ত কবলৈ এঘণ্টা সময় দিবলৈ আহ্বান জনায়।
তাৰ পিছত তেওঁ আৰু কোনো কথাই কব নোৱাৰিব।
অৱশ্যে উপাধ্যক্ষই ১০ মিনিটৰ বাবে বহিস্কাৰ কৰে অখিল গগৈক।
