সম্পৰ্কীয় বাতৰি

বিখ্যাত টাইম মেগাজিনত স্থান লাভ এগৰাকী অসমীয়া মহিলাৰ।

২০২৫ বৰ্ষৰ টাইম মেগাজিনৰ শ্ৰেষ্ঠ মহিলাৰ তালিকাত স্থান অৰ্জন পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনৰ।

হাড়গিলা সংৰক্ষণত তেওঁৰ সমৰ্পিত সেৱাৰ বাবে প্ৰদান কৰিছে এই স্বীকৃতি।

এই স্বীকৃতিয়ে যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব।

জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ বাবে তেওঁৰ এই প্ৰচেষ্টাই অনাগত সময়ত আৰু সফলতা অব্যাহত ৰাখক।

অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁলৈ অভিনন্দন।

0Shares