
শেহতীয়াকৈ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তান লিংক সন্দৰ্ভত চলিছিল তীব্ৰ বাক বিতণ্ডা।
সামাজিক মাধ্যমত আৰম্ভ হোৱা বিষয়টোৱে অৱশেষত ল’লে আইনী ৰূপ।
এই সন্দৰ্ভত অনুসন্ধানৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানে গঠন কৰিলে SIT।
তথ্য লিয়াবলৈ মুন্নাপ্ৰসাদ গুপ্তা, প্ৰণৱ জ্যোতি গোস্বামী, ৰজী কলিতা, মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত SIT গঠন কৰিলে ডিজিপিয়ে।
