মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

পাচলি আৰু তামোল-পাণৰ ব্যৱসায়ীক লৈ ডাঙৰ ঘোষণা।

১টকাও মাচুল নিদিয়াকৈ কৰিব পাৰিব ব্যৱসায়।

মহলদাৰে এটকাও ল’ব নোৱাৰিব ধন।

যিহেতু পূৰ্বতে বজাৰত শাক-পাচলি বা তামোল-পাণৰ ব্যৱসায়ীৰ পৰা মাচুল সংগ্ৰহ কৰিছিল মহলদাৰে।

কিন্তু এতিয়াৰ পৰা নোৱাৰিব সংগ্ৰহ কৰিব সেই মাচুল।ক্ষুদ্ৰ ব্যৱসায়ীলৈ সকাহ প্ৰদান ৰাজ্য চৰকাৰৰ।

এতিয়াৰ পৰা ক্ষুদ্ৰ ব্যৱসায়ীসকল লাভান্বিত হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

0Shares