মাতৃহাৰা হ’ল জনপ্ৰিয় অভিনেতা উৎপল দাস।

থিয়েটাৰ সূৰ্য্যত অভিনয় কৰি থকা অভিনেতাজনে নাটক শেষ কৰি ঘৰলৈ উভতি আহি থাকোতেই আহিল এই দুখজনক খবৰটো।

আমিনগাঁও নিবাসী তথা জনপ্ৰিয় অভিনেতা উৎপল দাসৰ মাতৃ বিভা দাসৰ বিয়োগত শোক প্ৰকাশ কৰিছে বহুজনে।

0Shares