সামাজিক মাধ্যমৰ সহায়ত কিছুমান কথা এনেদৰে প্ৰকাশ পায়, যাক আশ্চৰ্যজনক বুলিয়েই ক’ব লাগিব। ব্ৰিটেইনৰ প্ৰাপ্তবয়স্ক মনোৰঞ্জন তাৰকা লিলি ফিলিপ আজি পৃথিৱীৰ চৰ্চাৰ বিষয় হৈ পৰিছে। ২৩ বছৰীয়া লিলিয়ে ১৪ ঘণ্টাত ১০১ জন পুৰুষৰ সৈতে যৌন সম্ভোগ কৰিছিল।

সেই ভাইৰেল ভিডিঅ’টো হৈছে এখন তথ্যচিত্ৰ। ইউটিউবাৰ যশ পিটাৰ্ছৰ দ্বাৰা নিৰ্মিত তথ্যচিত্ৰখনৰ শিৰোনাম হ’ল ‘আই স্লেপ্ট উইথ ১০০ মেন ইন ওয়ান ডে।’

লিলিয়ে কৈছিল যে তেওঁ কামটো যথেষ্ট উপভোগ কৰিছিল। তেওঁ প্ৰাপ্তবয়স্ক উদ্যোগৰ সকলোকে অতিক্ৰম কৰিব বিচাৰে।

এই অভিজ্ঞতা লিলিৰ বাবে সহজ নাছিল। তেওঁক বৰ দুৰ্বল দেখাইছিল।

ভিডিঅ’টোত লিলিয়ে কৈছিল, “মই গোটেই দিনটো শোৱনি কোঠাত আবদ্ধ হৈ থাকিম। হয়তো মই গা ধুবলৈ ৱাছৰুমলৈ যাম। ‘

এই প্ৰত্যাহ্বানটো তেওঁৰ বাবে অসম্ভৱ আছিল। কিন্তু সেইখিনিয়ে সকলো নহয়।

তেওঁ এই ৰেকৰ্ডটো ১০১ ৰ পৰা ১০০০ লৈ লৈ যাব বিচাৰে।

0Shares