আজি শুকুৰবাৰ। যদি আপুনি কোনো শুভ কাম কৰিব বিচাৰে, ৰাহুকাললৈ মন কৰিব। কিয়নো এই সময়ছোৱাত কোনো শুভ কাম কৰিব নালাগে। কাৰণ ৰাহুকালত শুভকাম কৰিলে সিদ্ধি নহয় বা হিতে বিপৰীত হয় বুলি জ্যোতিষ শাস্ত্ৰই দাবী কৰে।
শুকুৰবাৰে ৰাহুকাল পুৱা ১০:৫৮ বজাৰ পৰা দুপৰীয়া ১২:২৪ বজালৈকে চলিব৷ নক্ষত্ৰমণ্ডলৰ কথা ক’লে, আজি শতঅভিশাৰ সংমিশ্ৰণ। চন্দ্ৰ আজি কুম্ভৰ দিছে পৰিবহন কৰিব। সূৰ্যোদয় পুৱা ৬ বাজি ৩৮ মিনিটত আৰু সূৰ্যাস্ত সন্ধিয়া ৬ বাজি ১০ মিনিটত হ’ব।
ইফালে আজিৰ দিনটো বিশেষকৈ কুম্ভ, কন্যা, মিথুন, কৰ্কট, ধনু ৰাশিৰ বাবে অত্যন্ত শুভ। আজিৰ দিনটোত এইকেইটা ৰাশিৰ জাতক-জাতিকাই শুনিব পাৰে শুভসংবাদ। বিবাহত যদি বাধা আছিল, আজিৰ দিনটোতে বহুখিনি খণ্ডন হব এইকেইটা ৰাশিৰ জাতক-জাতিকাৰ।
ইফালে আজিৰ দিনটোত মকৰ, সিংহ, মীন ৰাশিৰ জাতক-জাতিকাই বিশেষ সাৱধানতা অৱলম্বন কৰাটো জৰুৰী।
