আজি মহা শিৱৰাত্ৰী। দেশৰ প্ৰান্তে প্ৰান্তে শিৱক আৰাধনা ভক্তৰ। কিন্তু আজিৰ এই বিশেষ দিনটোত ঘটিল এক ব্য়তিক্ৰম ঘটনা। তাজমহলত শিৱ পূজা কৰিলে এগৰাকী হিন্দু মহিলাই। পৱিত্ৰ গংগাৰ জলেৰে জলাভিষেক মহিলা গৰাকীৰ। পিছে কোন এই মহিলা।
জানিব পৰা মতে, মহিলা গৰাকী হল অখিল ভাৰত হিন্দু মহাসভাৰ মীৰা ৰাথোৰ। মহাকুম্ভৰ পৰা গংগাৰ পানী মহাদেৱক আৰাধনা কৰিলে তেওঁ। শিৱ চালিচাও পাঠ কৰে তেওঁ। শিৱক আৰাধনা কৰি তেওঁ কয়, পৱিত্ৰ হল তেজো মহালয়া।
মহিলা গৰাকীয়ে কৰা শিৱ পূজা এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্য়ম।
