সম্পৰ্কীয় বাতৰি

ভাৰতৰ তাৰকা জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰা আৱদ্ধ হল বিবাহপাশত।

দেওবাৰে বিয়লি তেওঁ এই কথা সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।

নীৰজে ইনষ্টাগ্ৰামত বিবাহৰ তিনিখন ফটো পোষ্ট কৰিছিল, য’ত তেওঁক তেওঁৰ পত্নীৰ সৈতে দেখা গৈছিল। নীৰজে শিৰোনামত লিখিছিল- “মোৰ পৰিয়ালৰ সৈতে জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিলো।”

নীৰজে ইনষ্টাগ্ৰামত উল্লেখ কৰে, “এই মুহূৰ্তত আমাক একত্ৰিত কৰা প্ৰতিটো আশীৰ্বাদৰ বাবে কৃতজ্ঞ। প্ৰেমেৰে আৱদ্ধ, সদায় সুখী।” উল্লেখযোগ্য যে নীৰজ চোপ্ৰাৰ পত্নীৰ নাম হিমানী।

0Shares