দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ল’লে শপত।
মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ সৈতে ৬ মন্ত্ৰীয়েও ল’লে শপত।
মন্ত্ৰী হিচাপে শপত ল’লে প্ৰৱেশ চাহিব সিং, আশীষ সুড, মঞ্জিন্দৰ সিং চিৰচাই, ৰবীন্দ্ৰ ইন্দাজ সিং, কপিল মিশ্ৰ আৰু পংকজ কুমাৰ সিঙে।
A rooted digital media and news platform