সম্পৰ্কীয় বাতৰি

অৱশেষত বিজেপিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিলে সাংসদ গৌৰৱ গগৈয়ে।

শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন কৰিছিল বহুকেইটা অভিযোগ।

যিসমূহ আছিল দেশৰ আভ্যন্তৰীণ বিষয় কেন্দ্ৰিক।

যাৰ বাবে দুয়োৰে মাজত সামাজিক মাধ্যমত চলিছিল আক্ৰমণ প্ৰত্যাক্ৰমণ।

এইবাৰ তেওঁ কয় যে

বিজেপিয়ে মোৰ আৰু মোৰ পৰিয়ালৰ বিৰুদ্ধে মানহানিৰ চৰম পৰ্যায় পালেগৈ।

তেওঁলোকৰ অভিযোগ ঈৰ্ষা পৰায়ণ আৰু ভিত্তিহীন।

মই উচিত আইনী ব্যৱস্থা গ্ৰহণ কৰিম।

এই কথা ঘোষণা কৰিলে সাংসদ গৌৰৱ গগৈয়ে।

0Shares