গুৱাহাটী মহানগৰীৰ হোটেলৰ কোঠাত “ব্লু-ফিল্ম” প্ৰস্তুতৰ পৰিকল্পনা এক যুৱকৰ দলৰ।
আৰক্ষীৰ জালত পৰিকল্পনা কৰা ৬ যুৱক।
মোবাইল ত যুৱতীৰ অশ্লীল দৃশ্য বন্দী কৰাৰ অভিযোগ।
এই কাৰ্যত জড়িত যুৱতী গৰাকী বাংলাদেশৰ।
হাতীগাঁৱৰ জাকিৰ নামৰ এজন যুৱকে দুজন যুৱকক গতাই দিছিল বাংলাদেশী যুৱতী গৰাকীক।
চফিকুল আৰু জাহাঙ্গীৰ নামৰ যুৱক দুজনে যুৱতী গৰাকীৰ ভুৱা নথি প্ৰস্তুত কৰি বুক কৰিছিল হোটেলৰ কোঠা।
