সম্পৰ্কীয় বাতৰি

চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ।

আয়োজক দেশ পাকিস্তান বাহিৰ হ’ল ছেমি ফাইনেলৰ দৌৰৰ পৰা।

পাকিস্তানৰ লগতে বাহিৰ হ’ল বাংলাদেশ।

আজি নিউজিলেণ্ডে বাংলাদেশক পৰাস্ত কৰাৰ পাছতে স্পষ্ট হ’ল ছেমি ফাইনেলৰ ছবি।

গ্ৰুপ A ৰ পৰা ছেমি ফাইনেলত ভাৰতৰ লগতে প্ৰৱেশ কৰিলে নিউজিলেণ্ড।

২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ গ্ৰুপ ষ্টেজৰ শেষৰখন মেচ।

0Shares