সম্পৰ্কীয় বাতৰি

কুন্তী পুত্ৰ অৰ্জুন মহাভাৰতৰ এক অতি বিশেষ চৰিত্ৰ। তেওঁক বহুকেইটা নামেৰে সম্বোধন কৰা হয়। তাৰে কেইটামান যেনে-

অৰ্জুন- পাণ্ডুৰ তৃতীয় ক্ষেত্ৰজ সন্তান। ইন্দ্ৰৰ ঔৰসত পাণ্ডু পত্নী কুন্তীৰ গৰ্ভত তেওঁৰ জন্ম হয়। যাৰ সকলো অস্ত্ৰবিদ্যা অৰ্জন কৰিব পৰা ক্ষমতা আছে তেওঁৱেই অৰ্জুন।

সব্যসাচী- উভহস্ত অৰ্থাৎ সোঁ বাওঁ দুই হাতেৰে সমানে শৰ মাৰিব পাৰিছিল কাৰণে অৰ্জুনে সব্যসাচী নাম পাইছিল।

পাৰ্থ- কুন্তীৰ নাম পৃথা। পৃথাৰ গৰ্ভত অৰ্জুনৰ জন্ম হৈছিল কাৰণে তেওঁৰ নাম ৰখা হৈছিল পাৰ্থ।

আগলৈ….

0Shares